MOI ETI JAJABOR - Bhupen Hazarika
Dhorar dihinge dipange loru
Nibisari nija ghor
Moi eti jajabor
Moi Luitor pora Mississippi hoi
Volgar rup salu
Ottawar pora Austria hoi
Paris xaboti lolu
Moi Ellorar pora puroni rohon
Chicagole koriyalu
Moi Galibor sher dushanber
Minarot xuna palu
Mark Twainor xomadhit bohi
Gorkyr kotha kolu
Bare bare dekhu bator manuhu
Apun hoise bor
Xeiye moi jajabor
Xeiye moi jajabor
Bohu jajabor lokhyo bihin
Mur pise ase pon
Rongor khoni jotei dekhisu
Bhogai diyar mon
Moi dekhisu onek gogonsumbi
Ottalikar xari
Tar sa tei dekhisu kotona
Grihohin noro-nari
Moi dekhisu kisu ghoror xomukh
Bagisare ase bhori
Aru dekhisu moroha phulor papori
Okalote pora xori
Bohu dekhe dekhe grihodakh dekhi
Sintito hou bor
Monor manuh bohutei dekhu
Ghorote hoise por
Xeiye moi jajabor
Xeiye moi jajabor
Madam, is it grihodah (homes/ families burnt down) or grihodakh (bonded labour/ slavery)? Pls reply asap as it's very urgent. Thanks and Regards.
ReplyDeleteমই এটি যাযাবৰ
Deleteধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ।
মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ
অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল'লোঁ;
মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগোলে' কঢ়িয়ালোঁ
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ;
মাৰ্ক টোৱেনʼৰ সমাধিত বহি গৰ্কীৰ কথা ক'লোঁ।
বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ।
সেয়ে মই যাযাবৰ।।
বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ,
ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন।।
মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী।।
মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি,
আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি।
বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ বৰ
মনৰ মনুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ।
সেয়ে মই যাযাবৰ
ধৰাৰ দিহিঙে দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ
সেয়ে ম ই যাযাবৰ ---
মই এটি যাযাবৰ।।
কথা: মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে লৱৰোঁ
নিবিচাৰি নিজা ঘৰ।।